অসম

assam

ETV Bharat / state

ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

দেওবাৰে ডুমডুমা শাখা সাহিত্য সভা ভৱনত ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয়৷ পতাকা উত্তোলন আৰু স্মৃৰ্তি তৰ্পণৰে এই দ্বি-বাৰ্ষিক অধিবেশনৰ আৰম্ভনি কৰা হয়৷

By

Published : Jan 5, 2020, 2:17 PM IST

Domdooma
ডুমডুমা

ডুমডুমা, 5 জানুৱাৰীঃদেওবাৰে ডুমডুমাত অসম সাহিত্য সভাৰ অন্যতম শাখা ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয় ৷ ডুমডুমা শাখা সাহিত্য সভা ভৱনত এই দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায় ৷

ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

ডুমডুমা শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এই কাৰ্যসূচী পতাকা উত্তোলন আৰু স্মৃৰ্তি তৰ্পণৰে আৰম্ভ কৰা হয় । ইয়াৰ পাচতে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদৰ স্মৃতিত শ্বহীদ তৰ্পণ দিয়া হয় । তদুপৰি এই প্ৰতিনিধি সভাৰ লগত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক - কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details