ডুমডুমা, 8 আগষ্ট: শুকুৰবাৰে পুৱা তিনিচুকীয়া জিলাৰ পেঙেৰী-ডিগবৈ সংযোগী পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ AS-23 K-9585 নম্বৰৰ এখন আদৰণি বাহনত মাতৃসহ নৱজাতকক পেঙেৰীৰ টেকেৰীত থৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা পৰে বাহন খনৰ চালক গৰাকীৰ ৷ দুৰ্ঘটনা পতিত বাহনখনে আন এখন গাড়ী অতিক্ৰম কৰি পাৰ হৈ যাবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে বাহন খনৰ চালক গৰাকীয়ে ৷
পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা চালকৰ - আদৰণি বাহন
AS-23 K-9585 নম্বৰৰ এখন আদৰণি বাহনত মাতৃসহ নৱজাতকক ঘৰত থৈ উভতি অহাৰ সময়ত তিনিচুকীয়া জিলাৰ পেঙেৰী-ডিগবৈ সংযোগী পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল চালকৰ ৷
![পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা চালকৰ পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8342040-647-8342040-1596877112032.jpg)
পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা
পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা চালকৰ