অসম

assam

ETV Bharat / state

মৃতদেহৰ লগত তিনিদিন ধৰি জীৱিত ৰোগী : তিনিচুকীয়াত আজৱ ঘটনা

মৃতদেহৰ লগত তিনিদিন ধৰি জীৱিত ৰোগী : তিনিচুকীয়াত আজৱ ঘটনা

By

Published : Aug 2, 2019, 12:28 PM IST

Updated : Aug 2, 2019, 1:38 PM IST

12:17 August 02

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা ৷ তিনিদিন ধৰি মৰ্গৰ ভিতৰত জীৱিত ৰোগী ৷

  • তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা
  • মৰ্গৰ মৃতদেৰ লগত উদ্ধাৰ এজন জীৱিত ৰোগী
  • চিকিৎসালয়ৰ মৰ্গৰ দুটা মৃতদেহৰ লগত ৩ দিন ধৰি জীৱিত ৰোগীজনক মৃত বুলি ৰাখিছিল চিকিৎসালয় কৰ্তৃপক্ষই
  • সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিচুকীয়াত
Last Updated : Aug 2, 2019, 1:38 PM IST

ABOUT THE AUTHOR

...view details