ডুমডুমা, 21 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি শ্বহীদ হোৱা ঈশ্বৰ নায়কৰ পৰিয়াললৈ পঞ্চাছ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান ৷ বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘৰ এটা দল ঈশ্বৰ নায়কৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে ৷
নায়কৰ বাসগৃহত উপস্থিত অসম চাহ মজদুৰ সংঘৰ নেতৃত্ব