অসম

assam

ETV Bharat / state

তিনিচুকীয়াত অসম চাহ মজদুৰ সংঘৰ শ্ৰমিক দিৱস উদযাপন - শ্ৰমিক দিৱস

তিনিচুকীয়াৰ সুবেচনী পথস্থিত অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰা হয় | লগতে তিনিচুকীয়া কেন্দ্ৰীয় মে দিৱস উদযাপন সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস উপলক্ষে এক সমদল উলিয়াই ৷

তিনিচুকীয়াত অসম চাহ মজদুৰ সংঘৰ শ্ৰমিক দিৱস উদযাপন

By

Published : May 1, 2019, 9:41 PM IST

তিনিচুকীয়া,1মেঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বুধবাৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷ তিনিচুকীয়াত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা তিনিচুকীয়াৰ সুবেচনী পথস্থিত অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ আনহাতে চিটুৰ উদ্যোগত তথা তিনিচুকীয়া কেন্দ্ৰীয় মে দিৱস উদযাপন সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস উপলক্ষে তিনিচুকীয়াৰ দুৰ্গাবাৰী ভৱনত এক সভাৰো আয়োজন কৰা হয় |

তিনিচুকীয়াত অসম চাহ মজদুৰ সংঘৰ শ্ৰমিক দিৱস উদযাপন

ABOUT THE AUTHOR

...view details