অসম

assam

ETV Bharat / state

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া - gun-recovered

শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে নামেৰী বনকৰ্মীৰ এটা দলে অভিযান চলাই এটা হস্তনিৰ্মিত বন্দুকৰ সৈতে এটা চোৰাং কাঠকটীয়া

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া

By

Published : May 8, 2019, 7:53 PM IST

ৰঙাপৰা,৮ মে': শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে নিশা নামেৰী বন কৰ্মীৰ এটা দলে অভিযান চলাই আটক কৰে এটা চোৰাং কাঠকটীয়া। লগতে জব্দ হয় এটা হস্তনিৰ্মিত বন্দুক।

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া

আৰু পঢ়কঃঅসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে নিৰ্বাচনী আচৰণবিধি

নিশা বনাঞ্চলখনত নামেৰীৰ বনকৰ্মীৰ এটা দলে নিয়মীয়া তালাচী চলোৱাৰ সময়তে বনাঞ্চলখনৰ ভিতৰত কাঠকাটি থকাৰ সময়তে মুঠ সাতজন চোৰাং কাঠকটীয়াৰ ভিতৰত গিৰীন্দ্ৰ শইকীয়া নামৰ এটা চোৰাংচিকাৰীক আটক কৰে। ইফালে বনকৰ্মী অহাৰ উমান পাই পলায়ন কৰে আন ছয়জন চোৰাং কাঠকটীয়াই । জানিব পৰা মতে,আটক কৰা চোৰাং কাঠকটিয়াটোৰ ঘৰ চাৰিদুৱাৰৰ ভালুকমাৰীত।

ABOUT THE AUTHOR

...view details