তেজপুৰ,১৩ ছেপ্টেম্বৰ: দুৰা কাছ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ ৷ Wildlife Pioneer Nature Organisation ন WPNO নে উন্মোচন কৰে সজাগতা প্ৰম্প্লেট ৷ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সহযোগিতাত দুৰা কাছ ৰক্ষাৰ বাবে সজাগতাৰ প্ৰম্প্লেট উন্মোচন কৰে পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰে ।
দুষ্প্ৰাপ্য কাছ সংৰক্ষণৰ বাবে সজাগতা প্ৰম্প্লেট - WPNO
Wildlife Pioneer Nature Organisation ন WPNO নে উন্মোচন কৰে সজাগতা প্ৰম্প্লেট ৷ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সহযোগিতাত দুৰা কাছ ৰক্ষাৰ বাবে সজাগতাৰ প্ৰম্প্লেট উন্মোচন কৰে পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰে
কাছ সংৰক্ষণৰ বাবে সজাগতা প্ৰম্প্লেট
উল্লেখ্য যে, দুষ্প্ৰাপ্য এই কাছবিধ ওখ ক্ৰান্তীয় বনাঞ্চলৰ পাহাৰীয়া দ্ৰুত বেগী নদ-নদী আৰু ব্ৰহ্মপুত্ৰৰ দুয়ো কাষে পোৱা যায় । বৰ্তমান এই প্ৰজাতিৰ কাছ বিলুপ্তিৰ পথত ৷ দুষ্প্ৰাপ্য এই কাছবিধৰ সংৰক্ষণৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।