অসম

assam

ETV Bharat / state

180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ - কিৰেন ৰিজিজু টুইট

বিজয় দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বাহিনী বিএছএফৰ জোৱানসকলে 930 জন জোৱান আৰু মহিলা জোৱান মাজত মাজনিশা 11 ঘণ্টাত 180 কিলোমিটাৰ বেতন দৌৰ অনুষ্ঠিত কৰি দেশৰ অখণ্ডতাৰ প্ৰতি সন্মান জনায় । এই কথা টুইটাৰত প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

vijay diwas at tezpur
বিজয় দিৱস পালন এছ এফৰ জোৱানৰ

By

Published : Dec 16, 2020, 2:31 PM IST

তেজপুৰ, 16 ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সেনাই আজি 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ বিজয়ৰ গৌৰৱোজ্জ্বল বিজয় দিৱস পালন কৰিছে । এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বাহিনী বিএছএফৰ জোৱানসকলে 930 জন জোৱান আৰু মহিলা জোৱান মাজত মাজনিশা 11 ঘণ্টাত 180 কিলোমিটাৰ বেতন দৌৰি অনুষ্ঠিত কৰি দেশৰ অখণ্ডতাৰ প্ৰতি সন্মান জনায় । এই কথা টুইটাৰত প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

বিজয় দিৱস পালন এছ এফৰ জোৱানৰ

উল্লেখ্য যে, 1971 চনৰ পাকিস্তানৰ লগত হোৱা এই যুদ্ধত 93000 হাজাৰ পাকিস্তানী সৈন্যই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছিল আৰু পৰৱৰ্তী সময়ত পূব পাকিস্তান অৰ্থাৎ বাংলাদেশ গঠন হৈছিল । বিজয় দিৱসৰ লগত সংগতি ৰাখি লে জেনেৰেল অজয় কুমাৰ সিঙে 71 চনৰ যোদ্ধাক ৱাৰ মেমৰিয়েলত শ্ৰদ্ধা নিবেদন কৰে ।

কিৰেন ৰিজিজুৰ টুইট

লগতে পঢ়ক: শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details