ৰঙাপৰা, 26 জানুৱাৰী: শোণিতপুৰ জিলাৰ বালিপৰা-ভালুকপুঙৰ পথত বুধবাৰে বিয়লি এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Sonitpur)। অসম-অৰুণাচল সীমান্তৱৰ্তী শালবাৰীত উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাটি হয় । AS-12 H 9084 নম্বৰৰ মটৰ চাইকেল আৰু AS-12 AB -8881 নম্বৰৰ এখন বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।
Road Accidet at Sonitpur: শোণিতপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন - শোণিতপুৰ দুৰ্ঘটনাত যুৱক নিহত যুৱক
গণৰাজ্য দিৱসৰ দিনা শোণিতপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে (Road accident at Sonitpur)৷ নিহত যুৱকদ্বয় উদয় তাঁতী আৰু সৌৰভ তাঁতী ৷
শোণিতপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই
দুৰ্ঘটনাটোৰ ফলত মটৰ চাইকেলত অহা দুয়োজন আৰোহী থিতাতে নিহত হয় । নিহত যুৱকজদুজন উদয় তাঁতী আৰু সৌৰভ তাঁতী বুলি চিনাক্ত হয় । মৃত যুৱকদ্বয়ৰ ঘৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত ।
লগতে পঢ়ক:Mother Kills Girl Child in Barpeta: মাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল তিনি বছৰীয়া শিশুৰ