অসম

assam

ETV Bharat / state

জামুগুৰিহাটত দুৰ্ঘটনাত পতিত ট্ৰাক - শোণিতপুৰ

লখিমপুৰৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা অৱস্থাতে AS 01-EC 6641 নম্বৰৰ খালী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সতীজান দলঙৰ দাঁতিত দুৰ্ঘটনাত পতিত হয়

ট্ৰাক দুৰ্ঘটনা

By

Published : Mar 30, 2019, 4:20 PM IST

শোণিতপুৰ, 30 মাৰ্চ : জামুগুৰি হাটত দুৰ্ঘটনাত পতিত এখন 12 চকীয়া ট্ৰাক ৷ লখিমপুৰৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই AS 01-EC 6641 নম্বৰৰ খালী ট্ৰাকখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সতীজান দলঙৰ দাঁতিত খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় ৷ যদিও দলংখনৰ তলত থকা দ' খাৱৈত বাগৰি পৰাৰ পৰা কথমপি ৰক্ষা পৰে ট্ৰাকখন ৷ ইপিনে উক্ত দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাচতে পুৱাৰে পৰা বহুসময় ধৰি পথটোত যান-জঁটৰ সৃষ্টি হয় ৷

ট্ৰাক দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details