অসম

assam

ETV Bharat / state

ঐতিহাসিক বাণ থিয়েটাৰত চুৰিকাণ্ড ! - বাণ থিয়েটাৰ তেজপুৰ

তেজপুৰৰ ঐতিহাসিক বাণ ৰংগমঞ্চত চোৰ সোমাই লুটি নিলে বহু মূল্যৱান সামগ্ৰী ৷

বাণ থিয়েটাৰ তেজপুৰ

By

Published : Nov 12, 2019, 6:52 PM IST

Updated : Nov 12, 2019, 8:03 PM IST

তেজপুৰ,12 নৱেম্বৰঃঐতিহাসিক বাণ ৰংগমঞ্চ অৰ্থাৎ তেজপুৰৰ গৰিমা অটুট ৰখা "পুৰণি বাণ থিয়েটাৰ"ত চোৰৰ হাতোৰা ৷ সোমবাৰে নিশা গ্ৰীল ভাঙি থিয়েটাৰ গৃহত সোমাই লুটি নিলে বহুতো মূল্যৱান সামগ্ৰী ৷

বাণ থিয়েটাৰ তেজপুৰ

চোৰে লুটি নিলে বাণ থিয়েটাৰৰ পুৰণি আচবাব, ৰজাদিনীয়া কাঁহী লোটা আদি বিভিন্ন সামগ্ৰী ৷ ইতিমধ্যে স্থানীয় আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে তেজপুৰ চহৰত যোৱা কিছুদিন ধৰি সঘনাই সংঘটিত হোৱা এনেধৰণৰ চুৰি কাৰ্য ৰোধ কৰাত আৰক্ষীৰ ব্যৰ্থ হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃ ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী

Last Updated : Nov 12, 2019, 8:03 PM IST

ABOUT THE AUTHOR

...view details