তেজপুৰ, ১৮ জুন : ৰাজ্যত পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি । শুকুৰবাৰে পুৱতি নিশা ২.০৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ আৰু গভীৰতা ২২ কিলোমিটাৰ ।
ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত - গভীৰতা
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷
![ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত the-state-again-felt-the-earthquake-of-magnitude-4.1](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12174446-thumbnail-3x2-img.jpg)
ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত
ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ পশ্চিম দিশত । উল্লেখ্য যে, ভূমিকম্পটোৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ এই মূহুৰ্তত পোহৰলৈ অহা নাই ৷ অসমৰ উপৰিও মণিপুৰ আৰু মেঘালয়তো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷