তেজপুৰ,10 জুনঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তেজপুৰতো তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চহৰৰ মাজ মজিয়াত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ 1974 চনৰ খাদ্য আন্দোলনত অঁকাল মৃত্যুক সাৱটি লোৱা মৰিগাঁৱৰ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত শ্বহীদ বেদীত বন্তি জ্বলাই আছু কৰ্মীসকলে সংকল্প লোৱাৰ লগতে অনাগত দিনত ছাত্ৰ সন্থাই ৰাইজৰ বাবে যুঁজ দি যাব বুলি মন্তব্য কৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰে । আনহাতে শ্বহীদৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনাও জনায় আছু কৰ্মীসকলে ৷
খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ - তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা
তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চহৰৰ মাজ মজিয়াত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ 1974 চনৰ খাদ্য আন্দোলনত অঁকাল মৃত্যুক সাৱটি ধৰা মৰিগাঁৱৰ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত শ্বহীদ বেদীত বন্তি জ্বলাই আছু কৰ্মীসকলে সংকল্প লোৱাৰ লগতে অনাগত দিনত ছাত্ৰ সন্থাই ৰাইজৰ বাবে যুঁজ দি যাব বুলি মন্তব্য কৰে ৷

খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ
খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ