অসম

assam

ETV Bharat / state

তেজপুৰ চহৰলৈ 2019 বৰ্ষৰ স্বচ্ছ চিটি বঁটা - ইটিভি ভাৰত

চাফ-চিকুণতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা নিদৰ্শণৰ বাবে ২০১৯ বৰ্ষৰ 'স্বচ্ছ চিটি' বঁটা লাভ কৰিলে তেজপুৰে ।

etv bharat

By

Published : Mar 10, 2019, 1:00 AM IST

তেজপুৰ, ৮ মাৰ্চ : স্বচ্ছতাৰ ক্ষেত্ৰত পুনৰ অগ্ৰগতি ৰাজ্যৰ। দেশৰ ৭ খন চহৰৰ লগতে স্বচ্ছতাৰ ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হ'ল তেজপুৰ চহৰ । চাফ-চিকুণতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা নিদৰ্শণৰ বাবে ২০১৯ বৰ্ষৰ 'স্বচ্ছ চিটি' বঁটা লাভ কৰিলে তেজপুৰে ।

swacch award

ৰাজধানী দিল্লীত এই স্বচ্ছ চিটি বঁটা গ্ৰহণ কৰে তেজপুৰ পৌৰ নিগমৰ সভানেত্ৰী পুষ্প ডেকাই। ৰাজ্যত পদাৰ্পন কৰিয়েই পোনে-পোনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে পৌৰ নিগমৰ সভানেত্ৰীগৰাকীয়ে।

ABOUT THE AUTHOR

...view details