তেজপুৰ, 28 ফেব্ৰুৱাৰীঃযি সময়ত তেজপুৰ নগৰখনক ভাৰতৰ অন্য চহৰৰ তুলনাত স্বচ্ছ বুলি বিশ্ব স্বাস্থ্য সংস্থাই অলপতে প্ৰকাশ কৰিছে, তেনে সময়তে স্বচ্ছ ভাৰতৰ প্ৰকৃত স্বৰূপ উদঙাইছে তেজপুৰ পৌৰসভাই ৷ তেজপুৰ পৌৰসভা কাৰ্যালয়ৰ সমীপতে জাবৰৰ দ'মে সৃষ্টি কৰিছে এক কদৰ্যময় পৰিৱেশৰ ৷ তথাপিও বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই পৌৰসভা কৰ্তৃপক্ষই ৷ এই ক্ষেত্ৰত পৌৰসভাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷
তেজপুৰ পৌৰসভাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - ভাৰতৰ অন্য চহৰৰ তুলনাত স্বচ্ছ তেজপুৰ
তেজপুৰ পৌৰসভা কাৰ্যালয়ৰ সমীপতে জাবৰৰ দ'মে সৃষ্টি কৰিছে এক কদৰ্যময় পৰিৱেশৰ ৷ বিশ্ব স্বাস্থ্য সংস্থাই তেজপুৰ নগৰখনক ভাৰতৰ অন্য চহৰৰ তুলনাত স্বচ্ছ বুলি প্ৰকাশ কৰাৰ পিচতো তেজপুৰ পৌৰসভাই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
তেজপুৰ পৌৰসভা