তেজপুৰ,৬ মে'ঃশোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত ইতিমধ্য়ে কোৱেৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তুলিছে ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া পাঁচখন জিলাৰ লোকক এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ’ব ৷ এই প্ৰতিবেদনত জৰিয়তে কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভিতৰভাগৰ দৃশ্য় দেখুৱাবলৈ যত্ন কৰিছে আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসে..
সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়