অসম

assam

By

Published : May 21, 2019, 7:18 PM IST

ETV Bharat / state

ভোট গণনাৰ বাবে সাজু শোণিতপুৰ প্ৰশাসন

দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰংৰূমৰ লগত হ'বলগীয়া গণনাসমূহৰ সমষ্টি অনুসৰি 19 টা শাখা আৰু 17 টা ভাগত বিভক্ত কৰা হৈছে । তিনিটা কোম্পানীৰ সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে বুলি জনায় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ৷

ভোট গণনাৰ বাবে কি দৰে সাজু হৈছে তেজপুৰ

তেজপুৰ,২১ মে': ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰৰ নেতৃত্বত জিলা প্ৰশাসন প্ৰস্তুত হৈছে ভোট গণনাৰ বাবে । দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰংৰূমৰ লগত হ'বলগীয়া গণনাসমূহৰ সমষ্টি অনুসৰি 19 টা শাখা আৰু 17 টা ভাগত বিভক্ত কৰা হৈছে ।

ভোট গণনাৰ বাবে কি দৰে সাজু হৈছে তেজপুৰ

তিনিটা কোম্পানীৰ সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে বুলি জনায় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ৷

ভোট গণনাৰ বাবে কি দৰে সাজু হৈছে তেজপুৰ

ABOUT THE AUTHOR

...view details