অসম

assam

ETV Bharat / state

তেজপুৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ আমছুৰ - Tezpur AAMSU

শুকুৰবাৰে তেজপুৰত পাকিস্তানক শকিয়নী প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে, আমছুৰ তেজপুৰ শাখাই ৷ ইয়াৰ উপৰিও পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিকৃতিও দাহ কৰে সংগঠনটোৰ সদস্যসকলে ৷

Tezpur AAMSU protest
তেজপুৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ আমছুৰ

By

Published : Aug 21, 2020, 7:01 PM IST

তেজপুৰ, 21 আগষ্টঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ মন্ত্ৰী পৰিষদৰ এগৰাকী মন্ত্ৰীয়ে ভাৰতৰ লগতে অসমকো পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিসূচক মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম মুছলিম ছাত্ৰ সন্থা ৷ শুকুৰবাৰে তেজপুৰত পাকিস্তানক সকিয়নী প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ তেজপুৰ শাখাই ৷ ইয়াৰোপৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিকৃতিও দাহ কৰে সংগঠনটোৰ সদস্যসকলে ৷

তেজপুৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ আমছুৰ

আনহাতে, পকিস্তানৰ এই ভাবুকিৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত চৰকাৰক আহ্বান জনায় আমছুৱে ৷

লগতে পঢ়ক-বিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

ABOUT THE AUTHOR

...view details