অসম

assam

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত কিশোৰৰ সলিল সমাধি

By

Published : Jun 8, 2019, 9:39 PM IST

এচ ডি আৰ এফ বাহিনীৰ অভিযানত উদ্ধাৰ কিশোৰজনৰ মৃতদেহ৷

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত কিশোৰৰ সলিল সমাধি

তেজপুৰ, 8 জুন : তেজপুৰত কিশোৰৰ সলিল সমাধি৷ তেজপুৰৰ ১ নং ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ বিয়লি ব্ৰহ্মপুত্ৰত বুৰ যায় এগৰাকী কিশোৰ৷

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত কিশোৰৰ সলিল সমাধি

কিশোৰজনৰ নিৰুদ্দেশৰ পাচতেই এচ ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ বুকুত অভিযান চলায় সন্ধিয়া প্ৰায় 6 বজাত উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ৷ নিহত কিশোৰজন আৰিফুল ইছলাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

ABOUT THE AUTHOR

...view details