অসম

assam

ETV Bharat / state

তেজপুৰত ১০০ খন বিছনা যুক্ত প্ৰসূতি চিকিৎসালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ - মহামাৰী কৰ'ণা ভাইৰাছ

শুক্ৰবাৰে বিয়লি উদ্ধোধন কৰিব তেজপুৰৰ পৰুৱাত নিৰ্মাণ চলি থকা চিকিৎসালয় খনৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

inaugration helth minister hinmanto biswa sharma
তেজপুৰত ১০০ খন বিছনা যুক্ত প্ৰসূতি চিকিৎসালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ

By

Published : May 29, 2020, 2:51 PM IST

তেজপুৰ,২৯ মেঃ শুক্ৰবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ পৰুৱাত নিৰ্মাণ কৰা 100 খন বিছনা যুক্ত প্ৰসূতি চিকিৎসালয় খনৰ শুভ উদ্বোধন কৰিব । অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তেজপুৰত ৰাষ্ট্ৰীয় ঘাইপথ 37(A) ৰ কিছু নিলগত নির্মাণ কৰা এই চিকিৎসালয় খন মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ৰোগীৰ বাবে ব্যৱহাৰৰ কৰা হব বুলি জানিব পৰা গৈছে ।

তেজপুৰত ১০০ খন বিছনা যুক্ত প্ৰসূতি চিকিৎসালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ

উল্লেখযোগ্য যে চিকিৎসালয় খন 126 খন বিছনা যুক্ত কৰি নিৰ্মাণ কৰা হৈছিল প্ৰসূতি সকলৰ বাবে কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কোভিড-19 চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছে ।

লগতে পঢ়কঃ ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ

ABOUT THE AUTHOR

...view details