তেজপুৰ,১১আগষ্টঃ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এক অভিনৱ পদক্ষেপ । সম্প্ৰতি লক ডাউনৰ বাবে দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৷ শিক্ষা গ্ৰহণৰ কৰাৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ ছাত্ৰী সকল ৷ বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ই এক জটিল সমস্যাৰ সৃষ্টি হৈছে । যদিও অন্ লাইনত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে সেইয়া সম্ভৱ হৈ পৰা নাই বহুতৰে বাবে ।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ দানৰ ব্যৱস্থা আছুৰ - পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা
ছাত্র সন্থাই আয়োজন কৰিলে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া পাঠ দানৰ ব্যৱস্থা ৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰীস্মিতা বৰাই উদ্ধোধন কৰা পাঠদান কাৰ্যসূচী
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ দানৰ ব্যৱস্থাঃ পূব বিহগুৰি শাখা ছাত্ৰ সন্থাৰ
লগতে পঢ়কঃবজালীত ছহিদ প্ৰণয় কলিতাৰ নামেৰে পথ মুকলি