তেজপুৰ,8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাজ্যৰ বুদ্ধিজীৱিৰ লগতে শিল্পী আৰু ছাত্ৰ সমাজ ৷ চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্তৰ বিপক্ষে মাৰ বান্ধি থিয় দিছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ৷ কেৱল অসমতেই নহয় জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে ছিক্কিম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল ৷ ৰুদ্ৰবিপ্লৱ আৰম্ভ কৰিছে ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
কেবৰ বিৰুদ্ধে ৰুদ্ৰবিপ্লৱ ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ - ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ শেহতীয়া বাতৰি
কেৱল অসমতেই নহয় জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে ছিক্কিম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল ৷ ৰুদ্ৰবিপ্লৱ আৰম্ভ কৰিছে ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
![কেবৰ বিৰুদ্ধে ৰুদ্ৰবিপ্লৱ ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ Sikkim University Students protest against CAB](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5307162-thumbnail-3x2-t.jpg)
কেবৰ বিৰুদ্ধে ৰুদ্ৰবিপ্লৱ ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ
ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ