- অৰুণাচলৰ মেচুকা আৰু পাৰ্শ্বৱৰ্তী এলেকাত বায়ু সেনাৰ উদ্ধাৰ অভিযান আৰম্ভ ৷
- 2 খন ALH হেলিকপ্তাৰ,ভাৰতীয় সেনাৰ হেলিকপ্তাৰ আৰু MI-17 আৰু চুখয় SU-30 জাহাজৰে অভিযান পুনৰ আৰম্ভ কৰা হৈছে ৷
- পুৱাৰ ভাগত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ কৰা হৈছিল ৷
পুনৰ AN32 বিমানৰ উদ্ধাৰ অভিযান আৰম্ভ - MI -17
দুদিনে সন্ধান নাই বায়ুসেনাৰ AN32 বিমানখনৰ ৷

পুনৰ AN32 বিমানৰ উদ্ধাৰ অভিযান আৰম্ভ