"আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী আৰ পি শৰ্মাৰ - আলু পিয়াঁজ সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী আৰ কে শৰ্মাৰ
তেজপুৰত বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান কংগ্ৰেছ দলৰ নেতা ৰাম প্ৰসাদ শৰ্মাৰ এইবাৰ পুনৰ নতুন মিউজিয়ামৰ দাবী কৰিলে । নতুন মিউজিয়ামৰ বাবে ভূমি বিচাৰিলে ৰাজ্য চৰকাৰক ৷

এইবাৰ ৰাজ্যত "আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী
তেজপুৰ,৩১অক্টোবৰঃতেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদী সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিঞা মিউজিয়াম সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত আৰ পি শৰ্মা কয় যে,"এইবাৰ অসম চৰকাৰক অনুৰোধ কৰিছে ৰাজ্যত আলু আৰু পিয়াঁজৰ সংৰক্ষণ কৰিবৰ বাবে এটা মিউজিয়াম লাগে । তেওঁ তেজপুৰ বজাৰৰ পৰা আলু আৰু পিয়াঁজ কিনি এটা সংগ্ৰহালয়ত সংৰক্ষণ কৰিব বিচাৰিছে আৰু তাৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীক ভূমি বিচাৰিছে ।
এইবাৰ ৰাজ্যত "আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী
Last Updated : Jun 28, 2022, 11:20 AM IST