অসম

assam

ETV Bharat / state

শোণিতপুৰত পথ দুৰ্ঘটনা,নিহত এজন,আহত দুজন - নিহত এজন

শোণিতপুৰৰ পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন

শোণিতপুৰত পথ দুৰ্ঘটনা,নিহত এজন,আহত দুজন

By

Published : Mar 19, 2019, 11:20 PM IST

মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নেকৰাহলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

দুৰ্ঘটনাটোত নিহত দিব্যজ্যোতি গগৈআহত ৰঞ্জন বৰা

তীব্ৰবেগত বাইকেৰে গৈ থকা অবস্থাত নিয়ন্ত্ৰন হেৰুৱাই

পথৰ ওপৰত বাগৰি পৰে যুৱকদুজন

সংকটজনক অৱস্থাত আহত ৰঞ্জন বৰা

নিহত দিব্যজ্যোতি গগৈৰ ঘৰ চতিয়াত

ABOUT THE AUTHOR

...view details