অসম

assam

ETV Bharat / state

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত পথ দুৰ্ঘটনা - শোণিতপুৰ

শোকাৱহ পথ দুৰ্ঘটনা নিহত এজন

পথ দুৰ্ঘটনা, নিহত এক

By

Published : Mar 14, 2019, 3:23 PM IST

তেজপুৰ, 14 মাৰ্চঃবৃহস্পতিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত ৷ এখন ৰৈ থকা বাহনৰ পৰা পৰি নিহত হয় ৰাজ সোনাৰ নামক যুৱকজন ৷ বৰ্তমান লৈকে মৃত যুৱকজনৰ ঘৰ ক’ত জানিব পৰা হোৱা নাই ৷

পথ দুৰ্ঘটনা, নিহত এক

ABOUT THE AUTHOR

...view details