ৰঙাপৰা,24 ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল চতাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS-12-J-5257 নম্বৰৰ মটৰ চাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে দুজনকৈ আৰোহীৰ মৃত্যু হয় ৷
শোণিতপুৰৰ চতাইত পথ দুৰ্ঘটনা: দুজনৰ মৃত্যু - চাইকেল দুৰ্ঘটনাগ্ৰস্ত
শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল চতাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেল দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে দুজনকৈ আৰোহীৰ মৃত্যু হয় ৷

শোণিতপুৰৰ চতাইত পথ দুৰ্ঘটনা: দুজনৰ মৃত্যু
উল্লেখ্য যে, দুৰ্ঘটনাটোত লক্ষিন্দৰ মমিন নামৰ যুৱক জনৰ থিতাতে মৃত্যু হোৱাৰ লগতে আৰচন মাৰাক নামৰ আন এজন যুৱকৰ তেজপুৰলৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু ঘটে ৷
লগতে পঢ়ক:অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা