ৰঙাপৰা,28 ফেব্ৰুৱাৰীঃৰঙাপৰাৰ বালিপৰাত নাগকৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিপিআই(এম)ৰ প্ৰতিবাদী সামৱেশ ৷ উক্ত প্ৰতিবাদী সমাৱেশত শাসকীয় বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি পেলাবলৈ ৰাইজক আহ্বান জনায় অজিত কুমাৰ ভূঞাই ৷ লগতে শাসকীয় চৰকাৰখনক বিশ্বাসঘাটক আখ্যা দি ৰাইজৰ আদালতত শাস্তি দিবলৈ সকলো জনসাধাৰণ ঐক্যবদ্ধ হোৱা বুলিও নিজ ভাষনত ব্যক্ত কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷
2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃ অজিত কুমাৰ ভূঞা - Rangapora CPI M CAA protest
ৰঙাপৰাৰ বালিপৰাত নাগকৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিপিআই(এম)ৰ প্ৰতিবাদী সামৱেশ ৷ উক্ত প্ৰতিবাদী সমাৱেশত শাসকীয় বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই ৷
![2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃ অজিত কুমাৰ ভূঞা Rangapora CPI M CAA protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6232155-thumbnail-3x2-r.jpg)
2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃঅজিত কুমাৰ ভূঞা
2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃঅজিত কুমাৰ ভূঞা
আনহাতে, ৰাজ্যসভালৈ জহ্নু বৰুৱাৰ লগতে তেখতৰ নাম মনোনীত কৰাৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখতে কয় যে, বৰ্তমানলৈ এই সমগ্ৰ বিষয়টো আলোচনাৰ পৰ্যায়তহে আছে গতিকে তেখেতে এই মুহুৰ্তত ইয়াৰ ওপৰত কোনো ধৰণৰ মতামত ব্যক্ত কৰিব নিবিচাৰিলে ৷
লগতেৱ পঢ়ক-3 কোটি টকীয়া পথৰ নমুনাঃ ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ