শোণিতপুৰ,১৪মাৰ্চঃ শোণিতপুৰৰ ৰঙাপৰাত উলংঘ হৈছে নিৰ্বাচনী আচৰণ বিধি । নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ।
![ৰঙাপৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2687562-493-9952a4b5-c505-4123-a55c-6782aeb8e33b.jpg)
ৰঙাপৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি
ৰঙাপাৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি
নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ কাৰ্যক্ৰমণিকা ঘোষণা কৰাৰ লগতে নিৰ্বাচন আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাছত তৎকালে আঁতৰ কৰিব লাগে ৰাজনৈতিক বিজ্ঞাপন চৰকাৰী পোষ্টাৰ, বেনাৰ, হ'ৰ্ডিং সমূহ । কিন্তু এতিয়াও ওলমি আছে চৰকাৰী বিজ্ঞাপনৰ পোষ্টাৰ, বেনাৰ আৰু ডাঙৰ ডাঙৰ হৰ্ডিং ।