ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ দেহাৱসান - undefined
20:07 December 10
নিশা 10.29 বজাত মৃত্যু হয় বিধায়কগৰাকীৰ
ৰঙাপাৰা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক বিয়োগ
মঙলবাৰে দিনৰ ভাগত হঠাৎ অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী
শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈছিল বৰঠাকুৰ
তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰাজেন বৰঠাকুৰক
যোৱা 24 অক্টোবৰত ৰঙাপাৰা সমষ্টিৰ পৰা উপনিৰ্বাচনত জয়ী হৈছিল ৰাজেন বৰঠাকুৰ
তেজপুৰ সমষ্টিৰো বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ দিনত
অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল বৰঠাকুৰে
TAGGED:
RAJEN BORTHAKUR HOSPITALIZE