তেজপুৰ, 9 ডিচেম্বৰঃ অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ তথা অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা যতীন বৰাক আছুৰ আগভেটা । দেওবাৰে নিশা যতীন বৰাৰ বাহনৰ সন্মুখত শুই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে । যাৰ ফলত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ পৰে যতীন বৰা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অভিনেতাগৰাকীক । যতীন বৰাই কেবৰ সন্দৰ্ভত কোনো মন্তব্য নিদিয়াৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷
তেজপুৰত যতীন বৰাক আগভেটা আছু কৰ্মীৰ - যতীন বৰা
দেওবাৰে নিশা যতীন বৰাৰ বাহনৰ সন্মুখত শুই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে । যাৰ ফলত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ পৰে যতীন বৰা ৷

তেজপুৰত যতীন বৰাক আগভেটা আছু কৰ্মীৰ
তেজপুৰত যতীন বৰাক আগভেটা আছু কৰ্মীৰ
উল্লেখ্য যে, সোমবাৰে অসমৰ প্ৰথম ছবিগৃহ জোনাকীৰ পুনৰ সংৰক্ষণৰ লগতে অসমৰ নতুন ৫ টা ছবিগৃহ উদ্বোধনী কাৰ্যসূচীত ভাগ ল'বলৈ তেজপুৰত উপস্থিত হয় যতীন বৰা ।