অসম

assam

ETV Bharat / state

সাংবাদিকলৈ সাৱধানবাণী মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

চুপাৰি চিণ্ডিকেট সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সাংবাদিকক সাৱধান হ'বলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

পীযুষ হাজৰিকাৰ বিশেষ মন্তব্য

By

Published : Aug 18, 2019, 5:30 PM IST

তেজপুৰ, 18আগষ্টঃৰাজ্যৰ চুপাৰি ছিণ্ডিকেটত একাংশ আৰক্ষী বিষয়া ৰাজনৈতিক ছত্ৰছায়াত জড়িত হৈ থকা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ সময়ত নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে তেজপুৰত সাংবাদিকক কয় যে, সাংবাদিকে বাতৰি লিখিলেই নহ'ব । এনেয়েও লিখিব পাৰে বাতৰিবোৰ । যদি তথ্য প্ৰমাণ নাই অনাহকতে কাৰোবাক মানসিক নিৰ্যাতন চলোৱাটোক সমৰ্থন নকৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে কয় যে বিষয়টো চৰকাৰে অনুসন্ধান কৰিবলৈ সংকেতৰ প্ৰয়োজন ৷ এতিয়ালৈকে কোনোধৰণৰ সংকেত পোৱা নাই বাবেই অনুসন্ধান কৰিব পৰা নাই বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷

পীযুষ হাজৰিকাৰ বিশেষ মন্তব্য

ABOUT THE AUTHOR

...view details