অসম

assam

অসম অৰুণাচল সীমান্তৰ মূল তালাচী চকী পৰিদৰ্শন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

শুকুৰবাৰে ৰাজ্যৰ উচ্চ স্তৰৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ তেখেতে তালাচী চকীসমূহ কাম-কাজৰ খাতিয়ান লোৱাৰ উপৰিও চিকিৎসক তথা আৰক্ষীসকলক সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷

By

Published : Apr 18, 2020, 8:04 PM IST

Published : Apr 18, 2020, 8:04 PM IST

Pema Khandu inspected Assam Arunachal Check Post
অসম অৰুণাচল সীমান্তৰ মূল তালাচী চকী পৰিদৰ্শন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

তেজপুৰ,18 এপ্ৰিলঃ অসম অৰুণাচল সীমান্তৰ মূল তালাচী চকী পৰিদৰ্শন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ৷ তালাচী চকী পৰিদৰ্শন কৰি কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে বুজ লয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ শুকুৰবাৰে ৰাজ্যৰ উচ্চ স্তৰৰ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ তেখেতে তালাচী চকী সমূহৰ কাম-কাজৰ খতিয়ান লোৱাৰ উপৰিও কৰ্মৰত চিকিৎসক তথা আৰক্ষীসকলক সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷

অসম অৰুণাচল সীমান্তৰ মূল তালাচী চকী পৰিদৰ্শন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

উল্লেখ্য যে, পেমা খাণ্ডুয়ে প্ৰদেশখনৰ সচিবালয়ত স্থাপন কৰা কন্ট্ৰ’ল ৰূম পৰিদৰ্শন কৰি মহামাৰীৰ সবিশেষ তথ্য আহৰণ কৰাৰ বাবে কৰা ব্যৱস্থাৰো পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ লগতে তালাচী চকীসমূহত স্কেনিং পদ্ধতি আৰু চেফটি কিট ব্যৱহাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অসম অৰুণাচল সীমান্তৰ মূল তালাচী চকী পৰিদৰ্শন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

লগতে পঢ়ক-গ্ৰীষ্ম বন্ধ বাতিলৰ সিদ্ধান্তক আদৰণি বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details