অসম

assam

By

Published : Mar 28, 2019, 8:01 PM IST

ETV Bharat / state

ভানু এতিয়া অৱসৰপ্ৰাপ্ত লোকঃ পল্লৱ লোচন দাস

ঢেকিয়াজুলিৰ বৰছলাত নিৰ্বাচনী প্ৰচাৰ তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ

ভানু এতিয়া অৱসৰ প্ৰাপ্ত লোক : পল্লৱ লোচন দাস

ঢেকিয়াজুলি, 28 মাৰ্চঃ ভানু অৱসৰ গ্ৰহণ কৰা মানুহ । ভানু এতিয়া বুঢ়া মানুহ কাম কৰিব নোৱাৰেবুলি মন্তব্য কৰে বিজেপি তেজপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে । ভানুৱে পল্লৱ লোচনক সৰু ল'ৰা বুলি কোৱা সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীজনে কয় বৃদ্ধপেঞ্চন লাভ কৰে ভানুৱে ৷ গতিকে বুঢ়া গৰুৱে বেছি হাল বাব নে তেজাল গৰুৱে বুলি ভানুক কটাক্ষ কৰে পল্লৱ লোচন দাসে ৷

ভানু এতিয়া অৱসৰ প্ৰাপ্ত লোক : পল্লৱ লোচন দাস

আনহাতে নিজ সমষ্টিত চাহ বাগানৰ পথৰ নামত দুৰ্নীতি হোৱা বুলি সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় দুৰ্নীতি হোৱা নাই ৷ দুৰ্নীতি হৈছে যদি প্ৰমাণ কৰক বুলি কয় নেতাজনে ৷ আৰ পি শৰ্মাই টিকট নোপাৱাক লৈ গোৰ্খা সম্প্ৰদায়ক দায়ী কৰাটো শুদ্ধ নহয় বুলি উল্লেখ কৰেপল্লৱ লোচন দাসে ৷

ABOUT THE AUTHOR

...view details