অসম

assam

ETV Bharat / state

ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন... - ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন

অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ লুমলাৰ পৰা 55 কিলোমিটাৰ দূৰত্বত থকা সীমান্তত সচেষ্ট হৈছে সশস্ত্র সীমা বল (SSB) । সাধাৰণ লোকৰ বাবে এই অঞ্চলত প্ৰৱেশ কৰাতো দূৰৰে কথা সীমান্তৰ শেষৰখন গাঁৱৰ ফটো লোৱাতো নিষেধাজ্ঞা জাৰি কৰি কৰি ৰাখিছে সুৰক্ষা বাহিনীয়ে ৷

Our special report from the last village of Indo China border
ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন

By

Published : Oct 29, 2021, 4:45 PM IST

ভাৰত-চীন সীমান্ত, 29 অক্টোবৰ: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ পশ্চিম টাৱাং জিলাৰ লুমলাৰ পৰা 55 কিলোমিটাৰ দূৰত্বত থকা সীমান্তত সচেষ্ট হৈছে সশস্ত্র সীমা বল (SSB) । ভাৰতীয় সেনাৰ লগতে সমান্তৰালভাৱে মোতায়েন কৰা হৈছে SSB ৰ 67 নং কোম্পানীক ৷ সীমান্ত পোষ্টৰ পৰা 30 কিলোমিটাৰ দূৰত্বত আছে এছ এছ বি ৰ HAIGH Altitude Border পোষ্ট ।

সাধাৰণ লোকৰ বাবে উক্ত অঞ্চলত প্ৰৱেশ কৰাটো দূৰৰে কথা সীমান্তৰ শেষৰখন গাঁৱৰ ফটো লোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰি কৰি ৰাখিছে সুৰক্ষা বাহিনীয়ে ৷ ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ সমীপৰৰ পৰা আমাৰ সাংবাদিকে যুগুত কৰিছে এক বিশেষ প্ৰতিবাদ ৷ সেই স্থানত অক্সিজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে কম আৰু উষ্ণতা দিনত 3 ডিগ্ৰী আৰু দিনৰ 2 বজাৰ পিছত 1 ডিগ্ৰীলৈ নামে ৷

ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন

উল্লেখ্য যে, ভাৰত চীন-সীমান্তত প্ৰায়ে অব্যাহত আছে উত্তেজনা ৷ চীন সেনাৰ আক্ৰোশমূলক মনোভাৱ দমন কৰিবলৈ প্ৰতি পলতে সীমান্তত সষ্টম হৈ আছে ভাৰতীয় সেনা ৷ ভাৰত-চীন সীমান্তৰ সামগ্ৰিক পৰিস্থিতিক লৈ প্ৰায়ে প্ৰতিবেদন প্ৰকাশ পাই আহিছে ৷ ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা ইটিভি ভাৰতে যুগুত কৰা বিশেষ প্ৰতিবেদন, চাওঁক সম্পূৰ্ণ ভিডিঅ' ৷

লগতে পঢ়ক:চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

ABOUT THE AUTHOR

...view details