তেজপুৰ, 4 মে': ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক'ভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণে । যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেলে বন্য প্ৰাণী লেটাৰ no. F.No.8-38/2020 WL Dated 30/4/2021 ৰ জৰিয়তে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটক আৰু দৰ্শনাৰ্থীৰ প্ৰৱেশ অনির্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে ।
অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান - ক'ভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ
কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।
![অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান As_Tezpur_orang-national-park-closed-indefinitely_7203907](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11635533-184-11635533-1620112477291.jpg)
অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান