অসম

assam

ETV Bharat / state

ৰঙাপৰাত ৰেলৰ পৰা পৰি আহত যুৱক - Rangapara Junction

ৰঙাপৰাত চলন্ত ৰেলৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় এটি কিশোৰ ৷

ৰঙাপৰাত ৰেলৰ পৰা পৰি আহত যুৱক

By

Published : May 14, 2019, 7:00 PM IST

ৰঙাপৰা, 14 মেঃ ৰঙাপৰাত ৰেল লাইনত সংঘটিত হয় এক দুৰ্ঘটনা ৷ চলন্ত ৰেলৰ পৰা পৰি যায় এটি কিশোৰ ৷

ৰঙাপৰাত ৰেলৰ পৰা পৰি আহত যুৱক

গুৰুতৰভাৱে আহত কিশোৰটিক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ভালুকপুং-ৰঙাপৰা ৰেলৰ পৰা পৰি যোৱা কিশোৰটি ৰেল বিভাগৰ কৰ্মচাৰী পৰিক্ষীত বৰ্মণৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ উন্নত চিকিৎসাৰ বাবে কিশোৰজনক বালিপাৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details