অসম

assam

ETV Bharat / state

অসমত পুনৰ COVID-19ত আক্ৰান্ত এজন ! - covid 19 positive in assam

অসমত পুনৰ এজনৰ দেহত ধৰা পৰিছে COVID-19 ৷ বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা 45 গৰাকী ৷

covid 19 positive in assam
covid 19 positive in assam

By

Published : May 7, 2020, 9:01 AM IST

তেজপুৰ,৭ মে' : অসমত পুনৰ এজন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আক্ৰান্ত লোকজন তেওঁ শোণিতপুৰ জিলাৰ নিবাসী ৷ ব্যৱসায় সূত্ৰে তেওঁ ৰাজস্থানলৈ গৈছিল আৰু ৰাজস্থানৰ পৰা আহি কাছাৰ জিলাত অৱস্থান কৰিছিল বুলি জানিব পৰা গৈছে ৷

অসমত বৰ্তমানলৈকে মুঠ ৪৫ জন COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজনৰ ৷ অৱশ্যে ইয়াৰ মাজতে ৩৪ জনে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমান অসমত আক্ৰান্তৰ সংখ্যা ১0 জন ৷ 5 মে'ত দুজনৰ দেবহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি ৷

লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ বাবে নাম প্ৰেৰণ পাঁচ বিধায়কৰ

ABOUT THE AUTHOR

...view details