অসম

assam

By

Published : Apr 2, 2020, 6:40 PM IST

ETV Bharat / state

তেজপুৰত ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ

এটা শিহু মৃত অৱস্থাত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে তেজপুৰত ৷ তেজপুৰৰ ঔগুৰি পাহাৰৰ সমীপত ব্ৰহ্মপুত্ৰত উদ্ধাৰ হয় শিহুটো ৷

ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ
ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ

তেজপুৰ, 2 এপ্ৰিলঃতেজপুৰত ব্ৰহ্মপুত্ৰত মৃত অৱস্থাত উদ্ধাৰ দুস্প্ৰাপ্য শিহু ৷ বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাবিক ভাবে বৃদ্ধি পোৱাৰ পিচত দুদিন ধৰি অঞ্চলটো খালী থকাৰ পিচত আজি আকস্মিকভাৱে শিহুৰ মৃত্যুক লৈ অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি তেজপুৰৰ ঔগুৰি পাহাৰৰ সমীপত স্থানীয় ৰাইজে মৃত শিহুটো উদ্ধাৰ কৰে ৷

তেজপুৰত ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ

ABOUT THE AUTHOR

...view details