তেজপুৰ,6 নৱেম্বৰঃ তেজপুৰ মিছন চাৰিআলিত আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া এজন এন এছ চি এন ৰ দুৰ্ধষ কেডাৰ আটক কৰে । উল্লেখযোগ্য যে, তেজপুৰ আৰক্ষীয়ে আটক কৰিছে কেডাৰ জন। আৰক্ষীয়ে এই মূহুৰ্তলৈ সবিশেষ জানিবলৈ দিয়া নাই। ক‘ৰপৰা কেনেকৈ তেজপুৰলৈ কেডাৰজন আহিল, এই বিষয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
তেজপুৰত এন এছ চি এন কেডাৰ আটক - তেজপুৰ আৰক্ষীয়ে
তেজপুৰ আৰক্ষীয়ে আটক কৰিছে কেডাৰ জন। অৱশ্যে আৰক্ষীয়ে এই মূহুৰ্তলৈ সবিশেষ জানিবলৈ দিয়া নাই।
![তেজপুৰত এন এছ চি এন কেডাৰ আটক nscn-arrested-at-tazpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9456639-331-9456639-1604673669105.jpg)
nscn-arrested-at-tazpur