জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি ! - জিলা প্ৰশাসনৰ লোক আৰু এচ ডি আৰ এফ
পুৱাৰে পৰা সন্ধানহীন হৈ আছে তেজপুৰৰ নিকটৱৰ্তী পাঁচমাইল বিহিয়া গাঁৱৰ এজন লোক !
![জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4394126-thumbnail-3x2-k.jpg)
জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি
তেজপুৰ,10 চেপ্টেম্বৰঃজীয়া ভৰলী নদীত সন্ধানহীন হৈ আছে শোণিতপুৰৰ এজন ব্যক্তি ৷ মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত আব্দুল গফুৰ নামৰ ৫৫ বছৰীয়া লোকজন জীয়া ভৰলী নদীত নামোতে পানীৰ সোঁতত সন্ধানহীন হয় ৷
জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি