তেজপুৰ,১২ এপ্ৰিল: তেজপুৰ ভৈৰবী মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ মাছ মাৰি থাকোতেই এজন মাছমৰীয়া হঠাৎ পানীত পৰি সন্ধানহীন হয় ৷ কাহিলী পুৱাতেই মাছ মাৰিবলৈ গৈ তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীত তুলুঙা নাৱৰ পৰা পৰি সন্ধানহীন হয় লোকজন ৷ লোকজনৰ নাম ফেকু চাহানী ৷
তেজপুৰত বুঢ়ালুইতৰ বুকুত সন্ধানহীন মাছমৰীয়া - সন্ধানহীন মাছমৰীয়া
তেজপুৰ ভৈৰবী মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ মাছ মাৰি থাকোতে এজন মাছমৰীয়া হঠাৎ পানীত পৰি সন্ধানহীন হয় ৷
তেজপুৰত সন্ধানহীন মাছমৰীয়া : সন্ধান বিছাৰি অব্যাহত আছে SDRFৰ
উল্লেখ্য যে, SDRFৰ জোৱানে তেজপুৰ আৰক্ষীৰ সহযোগত ফেকু চাহানীৰ সন্ধান বিচাৰী ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰাখিছে । সন্ধানহীন চাহানীৰ ঘৰ তেজপুৰ ভৈৰৱী মন্দিৰৰ সমীপত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত
Last Updated : Apr 12, 2021, 2:32 PM IST