তেজপুৰ,১২ আগষ্টঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰিজিয়নেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে বুধবাৰে কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷ প্ৰতিষ্ঠানটোৱে নিজা প্ৰচেষ্টাত বিতৰণ কৰে মাক্স আৰু হেণ্ড ছেনিটাইজাৰ ৷ দুলাবাৰী অঞ্চলৰ পৰা তেজপুৰ চহৰৰ দিশে অহা লোক সকলৰ মাজত বিতৰণ কৰে এই সামগ্ৰী সমূহ ৷
নেৰীয়ালমৰ উদ্য়োগত তেজপুৰত মাক্স-ছেনিটেইজাৰ বিতৰণ - নেৰীয়ালম
উত্তৰ পূৰ্বাঞ্চলৰ ৰিজিয়নেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে ৰাইজক সজাগ কৰিবলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷
ছেনিটেইজাৰ বিতৰণ
কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানটোৰ বিষয়া সকলে প্ৰকাশ কৰা অনুসৰি যিহেতু আৰু কিছুদিন পাচৰ পৰা লক্ ডাউন সম্পূৰ্ণ ৰূপে নাথাকিলে, জনসাধাৰণ নিজে অধিক সজাগ হ’ব লাগিব ৷ এই বিষয়ে ৰাইজক সজাগ কৰিবলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷
লগতে পঢ়কঃসোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি
Last Updated : Aug 12, 2020, 7:37 PM IST