তেজপুৰ,১ জুলাই: বৈজ্ঞানিক পদ্ধতিৰ নতুন কীটনাশক দ্ৰব্য শস্য পথাৰত ব্যৱহাৰ কৰাৰ বাবে এক বিশেষ পৰীক্ষা সম্পন্ন কৰে বায়ুসেনাৰ এখন এম আই ১৭ হেলিকপ্টাৰৰে ৷ প্ৰথম বাৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এই বিশেষ পদ্ধতি প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে ভাৰতত ।
এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ - বায়ুসেনা
এম আই -১৭ হেলিকপ্টাৰৰ জৰিয়তে কৃষি ভূমিত কীট নাশক প্ৰয়োগৰ বাবে বায়ুসেনা বাহিনীয়ে সম্পন্ন কৰিলে বিশেষ পৰীক্ষা ৷
এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ
ইতিমধ্যে ইংলেণ্ডৰ কোম্পানীযে চণ্ডীগড়ৰ ভাৰতীয় বায়ুসেনাৰ অধীনত এই Locust Control System (ALCS) for Mi-17 হেলিকপ্টাৰৰ বাবে প্ৰস্তুতি কৰি আছে । ৭৫০ হেক্টৰ কৃষি ভূমিত ৪০ মিনিটৰ ভিতৰতে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব পাৰে এই প্ৰক্ৰিয়াৰে । এক বিশেষ বায়ুসেনাৰ বাহিনীৰ পাইলত ইঞ্জিনীয়াৰ আৰু চিষ্টেম বিশেষজ্ঞৰ দলে বেংগালুৰুত গ্ৰাউণ্ডৰ কাম কৰি থকা বুলি প্ৰতিৰক্ষা বিভাগৰ সুত্ৰই জনাইছে ।
লগতে চাওকঃ কোভিড-19 সজাগতা : বিমানসেৱা প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ