অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ীৰ - শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ীৰ

শোণিতপুৰৰ একাংশ ব্যৱসায়ীয়ে পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৷ পত্ৰৰ জৰিয়তে প্ৰাপ্য লাভৰ প্ৰধানমন্ত্ৰীক কাতৰ আহ্বান শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ী সকলৰ ৷

Letter sent to PM Narendra Modi by printing traders in Sonitpur district
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ীৰ

By

Published : Feb 24, 2021, 8:18 PM IST

শোণিতপুৰ, 24 ফেব্ৰুৱাৰী : শোণিতপুৰৰ একাংশ ব্যৱসায়ীয়ে পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৷ পত্ৰৰ জৰিয়তে প্ৰাপ্য লাভৰ প্ৰধানমন্ত্ৰীক কাতৰ আহ্বান শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ী সকলৰ ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, লোক সভা নিৰ্বাচন, ৰঙাপৰা সমষ্টিৰ মধ্যকালিন নিৰ্বাচন আৰু শেহতীয়া ক’ভিড মহামাৰীলৈকে ছপাশাল সমূহে কৰা কামৰ বাবদ বৰ্তমানেও পাবলৈ আছে প্ৰায় 25 কোটি টকা ৷ ইয়াৰ ভিতৰত আছে ক’ভিডৰ মুঠ ১৩.৫ কোটি লোকসভা নিৰ্বাচনৰ ১.৩ কোটি ৰঙাপৰা সমষ্টিৰ উপ নিৰ্বাচনৰ ৭৭ লাখ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ীৰ

প্ৰায় 6 গৰাকী ব্যৱসায়ীয়ে পাবলৈ আছে এই ধন ৰাশি ৷ উপায়ন্তৰ হৈ এই সন্দৰ্ভত ছপাশাল ব্যৱসায়ীসকলৰ হৈ বিশ্বজিত লহকৰে ফেব্ৰুৱাৰী মাহতেই প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এই পত্ৰ ৷ ইফালে, এই পত্ৰ পিচতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ ৰাজ্যৰ বিভাগলৈ নিৰ্দেশ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ABOUT THE AUTHOR

...view details