ETV Bharat / state
ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন - ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ গুপ্তধন
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন (Large amount of hidden treasure recovered ) ৷ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি ৷
![ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন large-amount-of-hidden-treasure-recovered-in-sonitpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16474913-thumbnail-3x2-b.jpg)
ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন
By
Published : Sep 26, 2022, 11:09 AM IST
| Updated : Sep 26, 2022, 12:22 PM IST
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন(Large amount of hidden treasure recovered )
- ঘৰৰ চোতালত পুতি থোৱা আছিল এই বৃহৎ পৰিমাণৰ ধনখিনি
- আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি
- ঘৰৰ বাৰান্দাৰ চিৰিৰ তলত গাঁত খান্দি এটা ট্ৰাংকৰ ভিতৰত পুঁতি থৈছিল এই ধনখিনি
- উদ্ধাৰ হোৱা গুপ্তধনখিনিৰ পৰিমাণ প্ৰায় 15 লাখ টকা বুলি আৰক্ষীয়ে জনায়
Last Updated : Sep 26, 2022, 12:22 PM IST