অসম

assam

ETV Bharat / state

তেজপুৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন

তেজপুৰত অনুষ্ঠিত কুমাৰী পূজা । 9 গৰাকী কুমাৰীক নৱৰূপা দুৰ্গাৰ ৰূপত পৰম্পৰাগত ভাৱে পূজা-অৰ্চনা আগবঢ়োৱা হয় ।

By

Published : Oct 25, 2020, 2:16 PM IST

Kumari puja At Tezpur
তেজপুৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন

তেজপুৰ, 25 অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱৰ দেওবাৰে মহা নৱমীৰ দিনা তেজপুৰত অনুষ্ঠিত কৰা হয় কুমাৰী পূজা । 9 গৰাকী কুমাৰীক নৱৰূপা দুৰ্গাৰ ৰূপত পৰম্পৰাগত ভাৱে পূজা অৰ্চনা আগবঢ়োৱা হয় ।

তেজপুৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন

উল্লেখ্য যে, দেৱী দুৰ্গাই মহীষাসুৰ বধৰ সময়ত 9 টা ৰূপ ধাৰন কৰিছিল । সেয়েহে নৱৰূপা দেৱীৰ আৰাধনা কৰি আহিছে ভক্ত সকলে । এই কন্যা কেইগৰাকী নৱমীৰ পূজাৰ বাবে পূৰ্বৰ পৰা প্ৰস্তুত কৰা হয় আৰু পুৰোহিতৰ মন্ত্ৰৰে পূজা কৰা হয় ।

লগতে পঢ়ক :অনুচ্ছেদ 370 বাতিল দেশৰ এক ঐতিহাসিক সিদ্ধান্তঃ মোহন ভাগৱত

ABOUT THE AUTHOR

...view details