অসম

assam

ETV Bharat / state

আজি সফল সামৰণি পৰে ভাৰত-চীন যৌথ অনুশীলনৰ - নতুন মাৰণাস্ত্ৰ প্ৰয়োগৰো প্ৰশিক্ষণ দিয়া হয়

এই অনুশীলন অনুষ্ঠিত হয় মেঘালয়ৰ উমৰয়ৰ সেনা শিবিৰত ৷ দুয়োখন দেশৰ বৃহৎ সেনাবাহিনীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰোধী অভিযানৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা ৷

ভাৰত-চীন যৌথ অনুশীলন
ভাৰত-চীন যৌথ অনুশীলন

By

Published : Dec 20, 2019, 9:34 PM IST

তেজপুৰ, 20 ডিচেম্বৰ:যোৱা 7 ডিচেম্বৰত আৰম্ভ হোৱা ভাৰত-চীন যৌথ অনুশীলনৰ আজি সফল সামৰণি পৰে ৷ এই অনুশীলন অনুষ্ঠিত হয় মেঘালয়ৰ উমৰয়ৰ সেনা শিবিৰত ৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত এই অনুশীলনতহেভী মৰ্টাৰ,চেলিং আৰু পাহাৰীয়া অঞ্চলত কূটাঘাট দমনমূলক নীতিৰ অনুশীলন কৰা হয় ৷

ভাৰত-চীন যৌথ অনুশীলনৰ সফল সামৰণি

দুয়োখন দেশৰ বৃহৎ সেনাবাহিনীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰোধী অভিযানৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা ৷ এই অনুশীলনত দুয়োখন দেশৰ পদ্ধতি আৰু বিভিন্ন নতুন মাৰণাস্ত্ৰ প্ৰয়োগৰো প্ৰশিক্ষণ দিয়া হয় ৷

লগতে পঢ়ক:বাক্সাত পোৱা যায় এবিধ বিশেষ শিল.

ABOUT THE AUTHOR

...view details