অসম

assam

ETV Bharat / state

বাৰ্ষিক দ্বিপাক্ষিক অনুশীলন ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীৰ - "Low hover Jamp"

মেঘালয়ৰ উমৰয়ত 16 ছেপ্তেম্বৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে চলাই থকা যুটীয়া সামৰিক অনুশীলন মৈত্ৰী 2019 ৰ আজি "Low Hover Jamp" অনুশীলন কৰে ৷ মেঘালয়ৰ উমৰয়ৰ জইন্ট ট্ৰেইনিং ন'ডত এই যুটীয়া অনুশীলন চলাই আছে দুয়ো দেশৰ সেনাই ৷

বাৰ্ষিক দ্বিপাক্ষিক অনুশীলন ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীৰ

By

Published : Sep 28, 2019, 8:55 PM IST

তেজপুৰ, 28 ছেপ্টেম্বৰঃবাৰ্ষিক দ্বিপাক্ষিক অনুশীলন ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীৰ ৷ মেঘালয়ৰ উমৰয়ত 16 ছেপ্তেম্বৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে চলাই থকা যুটীয়া সামৰিক অনুশীলন মৈত্ৰী 2019 ৰ আজি "Low hover Jamp" অনুশীলন কৰে ৷ ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে যুটীয়া সামৰিক অনুশীলন মৈত্ৰী 2019 ৰ আজি বিশেষ আকৰ্ষণ আছিল হেলিকপ্তাৰৰ পৰা জপিওৱা ৷ অহা 29 ছেপ্তেম্বৰত সমাপ্ত হবলগীয়া এই বাৰ্ষিক দ্বিপাক্ষিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি কৰা আৰু ঘন জংঘল আৰু চহৰ উভয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা ৷ মেঘালয়ৰ উমৰয়ৰ জইন্ট ট্ৰেইনিং ন'ডত এই যুটীয়া অনুশীলন চলাই আছে দুয়ো দেশৰ সেনাই ৷

বাৰ্ষিক দ্বিপাক্ষিক অনুশীলন ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীৰ

ABOUT THE AUTHOR

...view details