অসম

assam

By

Published : May 20, 2021, 10:56 AM IST

Updated : May 20, 2021, 11:53 AM IST

ETV Bharat / state

শোণিতপুৰৰ লখৰাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

শোণিতপুৰৰ লখৰাত বৃহস্পতিবাৰে পুৱা প্ৰায় 30-40 হাজাৰ টকাৰ অৰুণাচলী সুৰা জব্দ আবকাৰী বিভাগৰ ৷ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহাক লৈ শংকিত স্থানীয় ৰাইজ ৷

illegal-wine-seized
শোণিতপুৰৰ লখৰাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

ৰঙাপৰা,20 মে’ : শোণিতপুৰৰ লখৰাত বৃহস্পতিবাৰে পুৱাৰ ভাগত জব্দ কৰা হয় অৰুণাচলী সুৰা ৷ আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে প্ৰায় 30-40 হাজাৰ টকাৰ সুৰা ৷

শোণিতপুৰৰ লখৰাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

উল্লেখ্য যে, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে বুধবাৰে অঞ্চলটোত দুগৰাকীকৈ কৰ’ণা ৰোগীৰ মৃত্যু হয় ৷ এনে পৰিপ্ৰেক্ষিতত একাংশ কাণ্ডজ্ঞানহীন লোকে অঞ্চলটোত চলোৱা অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহাক লৈ শংকিত হৈ পৰিছে সচেতন লোকসকল ।

লগতে পঢ়ক :গোৱালপাৰাত জব্দ লক্ষাধিক মূল্যৰ হেৰ’ইন-জালনোট

Last Updated : May 20, 2021, 11:53 AM IST

ABOUT THE AUTHOR

...view details